অসম এছোচিয়েছন দিল্লীৰ উদ্যোগত ১১ ছেপ্টেম্বৰত গুৰুজনাৰ তিথি

অসম এছোচিয়েছন দিল্লীয়ে অহা ১১ ছেপ্টেম্বৰত  গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ ভৱনত আবেলি ৪ বজাৰপৰা ৭ বজালৈকে নাম প্ৰসংগ আৰু তাৰ পিচত ৭.৩০ বজাৰপৰা ৯বজালৈকে অসমৰপৰা আমন্ত্ৰিত শিল্পী আৰু লগতে স্থানীয় শিল্পীৰ দ্বাৰা এখনি ভাওনা অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছেে।

যিসকল ব্যক্তিয়ে নাম-প্ৰসংগভাগিৰ বাবে কিবা অৱদান আগবঢ়াব খোজে তেখেতসকলক এছোচিয়েছনৰ উপসভাপতি শ্ৰী ৰূপেন গোস্বামী (9555888078), সাধাৰণ সম্পাদক শ্ৰী দীপক শইকীয়া (8826803841) অথবা সাংস্কৃতিক সম্পাদক শ্ৰী দেৱপ্ৰসন্ন দাস (9810124829)-ৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ’ল।

Assam Association Is  preparing for Sankardeva Tithi on 11th September

Assam Association, Delhi is organizing the Srimanta Sankardeva Tithi on 11th September  at Srimanta Sankardeva  Bhawan,  Satsang Vihar Marg, New Delhi  with various activities including Naam Prasanga from 4:00 PM to 7:00 PM followed by Bhawna from 7:00 PM to 9:30 PM which will be played by invited Artist from Assam with local artist.

Assam Association, Delhi has communicated that those who are interested to contribute towards the Nam-Prasanga may contact the Organizer – Mr. Rupen Goswami, Vice President  (095558 88078), Sri Deepak Saikia, General Secretary (8826803841) or  Mr. Deva Prasanna Das, Cultural Secretary (09810124829) immediately.

Further, the association invites everyone who loves Assamese culture to come and attend the event and also participate.

Leave a Comment

Your email address will not be published. Required fields are marked *

*
*

Back To Top